UPSC ভাৰতীয় লোকসেৱা পৰীক্ষাৰ বিষয়ে ,UPSC কি হ'য়!মাত্ৰ একমিনিটত
ভাৰতৰ ৰাজ্যসমুহৰ প্ৰত্যোকটো জিলাত একোজনকৈ IAS আৰু IPS এজন থাকে ,তেওঁলোকক কেনেকৈ নিয়োগ কৰা হয় । হয়তো সকলোৱে জ্ঞাত,এই পদসমুহত অধিস্থিত হ'বলৈ তিনিটা পৰ্যায়ত বাছনি পৰীক্ষাত উত্তীৰ্ণ হ'বলগীয়া 'হয়,
(ক)Prellims(প্ৰাৰম্ভিক পৰীক্ষা)
(খ)Mains(মুখ্য)
(গ)Interview(সাক্ষাৎকাৰ)
এই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে নিয়োগ কৰা হয়।
UPSC সংবিধান অনুসৰি
ইয়াৰ বিষয়ে ভাৰতৰ সংবিধান Part 40 ৰ Article 315 ৰ পৰা Article 323 ত উল্লেখ কৰা হৈছে।Constitutional Body.
UPSC বোৰ্ড কেইবাজনীয়া সদস্যযুক্ত। এই সদস্যহবলৈ
▪কোনো পাৰদৰ্শিতা তথা যোগ্যতাৰ প্ৰয়োজন নহ'য় অৱশ্যে এই পদত অধিষ্টিত হোৱা মানুহজন ভাৰত চৰকাৰৰ দহ বছৰ কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।
গান্ধাৰা স্থাপত্য কলা |
|
শৰতৰ কোঁৱে কোঁৱে, |
◾তেওঁলোকক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে আনহাতে তেওঁলোকক প্ৰধানমন্ত্ৰী,অন্য পদৱীসমুহে পৰামৰ্শ অনুসৰি UPSC সদস্য পদৰ পৰা পদচ্যুত কৰিবওঁ পাৰি ।
◼তেওঁলোকে নতুন বিষয়া পদ নিয়োগ কৰিবলৈ পৰীক্ষা পাতিবলগীয়া হ'য়,তাৰোপৰিওঁ UPSC য়ে ভাৰতৰ বিভিন্ন পৰীক্ষাসমুহকো পৰিচালনা কৰিব পাৰে ।
◼যদিয়ে ভাৰতৰ কোনো এখন ৰাজ্যই ৰাজ্যৰ পৰীক্ষা পৰিচালনা কৰাত অনুৰোধ কৰে তেতিয়ালে তেওঁলোকে এইপৰীক্ষাবোৰো পৰিচালনা কৰিব পাৰে ।
🔸ৰাজ্য ৰাজ্যপালজনে ৰাজ্যৰ বিষয়াসমুহৰ পাৰদৰ্শিতাৰ বিষয়ে ৰাষ্ট্ৰপতি বা UPSC charimanজনৰ ওচৰত প্ৰস্তাৱ দিলে ৰাজ্যৰ এই বিষয়াসকলক পদোন্নতি কৰিব পাৰে।
▶বছৰেকীয়া কাৰ্যসমুহৰ বিৱৰন তেওঁলোকে ৰাষ্ট্ৰপতিৰ ওচৰত জমা দিবলগীয়া হ'য়।
আসোৱাহ:-
(ক)নিৰ্দিষ্ট যোগ্যতাৰ বিষয়ে উল্লেখ নাই।
No comments:
Post a Comment