গান্ধাৰা স্থাপত্য কলা:যাক কোৱা হয় গান্ধাৰা স্কুল
বিশ্বৰ যিমান স্থাপত্য আছে সকলোৰে এক নিজস্ব আৰ্হি থাকে আৰু নিজস্ব বৈশিষ্ট্য থাকে । ইয়াৰে অন্যত্বম স্থাপত্য কলা হ'ল গান্ধাৰা স্থাপত্য।
১/ভাৰতৰ অন্যতম জনাজাত স্থাপত্য কলা হাৰ্হিৰ ভিতৰত গান্ধাৰা স্থাপত্যওঁ অন্যতম।যাক কোৱা Gandhara school of Art.
২/গান্ধৰা স্থাপত্যখন বৰ্তমান পাকিস্তানৰ পেশ্বৱাৰ আৰু ৰাৱলা পিঞ্চিত অৱস্থিত(Now Known as Kandahar)।এই গান্ধাৰা স্থাপত্যই ইন্দো-গ্ৰীক পাৰ্টীয়ানৰ সংমিশ্ৰনৰ নিদৰ্শন দেখুৱাই।
৩/গান্ধাৰা স্থাপত্য shed light of the Buddha বিশেষভাৱে জনাজাত।
৪/ন শতিকাত বৰ্নিত মহাভাৰতৰ চিত্ৰলেপন পোৱা যায়।
৫/শাকা আৰু কুষানসকলৰ শাসনকালত এই স্থাপত্যৰ বিকাশ হৈছিল।
৬/গান্ধাৰা স্থাপত্যত গৌতম বুদ্ধই ভিক্ষু সকলক জ্ঞান দিয়াৰ চিত্ৰ কৰা হৈছে।
৭/গান্ধাৰা স্থাপত্যত প্ৰথমে ধূসৰ কলা-সেউজীয়া ৰং ব্যৱহাৰ কৰিছিল পিছলৈ সোণৰ ৰং ব্যৱহাৰ কৰাৰ হয়।
Post by Tapan Payeng,Owner
Others sources-
1.https://www.britannica.com/art/Gandhara-art
2.https://www.metmuseum.org/toah/hd/gand/hd_gand.htm
3.https://niu.edu.in/sla/online-classes/BHS-201_Mathura-and-Gandhara-School-of-Art.pdf
No comments:
Post a Comment